Dhulikona song lyrics Kanchanjangha movie Assamese

Mr Jaydeb
Dhulikona ধূলিকণা আঘৰী কবিতা lyrics song




Songs lyrics  : Dhulikona Aaghabhi Kavita
(ধূলিকণা আঘৰী কবিতা)
Movie            : Kanchanjangha
Artists            : Zubeen garg feat, zublee & 
Panchana kabha






Lyrics
ধূলিকণা 
আঘৰী কবিতা
উনমণা
বিচাৰি ঠিকনা
ধূলিকণা
বাউলী কণিকা
উনমণা
চিনকি পাখিলা
ডাকুৱাল বতহে জুলোঙো যায় জোঁকাৰি
পাশুৱাল পহাৰো বাগুৱা বাই আওখি
যাযাবৰ পৰশে মহনা পায় সাতুৰিব
জিৱনৰ জাহাজে জেতুকা লয় বঙালী 
ধূলিকণা 
আঘৰী কবিতা
উনমণা
বিচাৰি ঠিকনা
জোনাকৰ নীলা উঠিৰে
বননিৰ 
দেহাৱসান চুমিলে 
নিঠা লাগে বুলি দুচকুতে 
এটুপাল চেঁচা নিয়ৰে
জননীৰ  হিয়া দহিলে
তৃখা জাগে শিৰে শিৰে 
আঘতৰ নিমাত চিঞৰে
উষাহৰ মিচিল সবাতে
ঘনে ঘনে
ডাকুৱাল বতহে জুলোঙো যায় জোঁকাৰি
পাশুৱাল পহাৰো বাগুৱা বাই আওখি
যাযাবৰ পৰশে মহনা পায় সাতুৰিব
জিৱনৰ জাহাজে জেতুকা লয় বঙালী 
ধূলিকণা 
আঘৰী কবিতা
উনমণা
বিচাৰি ঠিকনা
দাৱৰৰ বগা কাপহে 
বাৰিসাৰ চোলা পিন্ধিলে 
টুপা টুপে গাম হৰে 
ভাগৰৰ চহা খেতিতে 
আঘোনৰ জিয়া ফছলে
থুকা থুকে হাঁহি মাৰে
নিয়তীৰ নিজা নিয়মে
শিহৰন জাগায় তেখেতে
বাৰে বাৰে
ডাকুৱাল বতহে জুলোঙো যায় জোঁকাৰি
পাশুৱাল পহাৰো বাগুৱা বাই আওখি
যাযাবৰ পৰশে মহনা পায় সাতুৰিব
জিৱনৰ জাহাজে জেতুকা লয় বঙালী 
ধূলিকণা 
বাউলী কণিকা
উনমণা 
না না না নানান
না না না নানানা
নানা না না না না নানা
নানা না না না নানানা

Original video Song

Dhulikona Song